সংস্কৰণ 8
1801 Varsity Drive
Raleigh, NC 27606-2072 USA
Phone: +1 919 754 3700
Phone: 888 733 4281
Fax: +1 919 754 3701
pm_qos) অন্তৰগাথনীৰ বাবে সমৰ্থন Red Hat Enterprise Linux 5.8 ত যোগ কৰা হৈছে। pm_qos আন্তঃপৃষ্ঠয় ড্ৰাইভাৰসমূহ, উপচিস্টেমসমূহ আৰু ব্যৱহাৰকাৰী স্থান অনুপ্ৰয়োগসমূহৰ বাবে বৰ্তমানে সমৰ্থিত pm_qos প্ৰাচলসমূহ: cpu_dma_latency, network_latency, network_throughput ৰ এটাৰ বাবে পৰিৱেশন প্ৰত্যাশাসমূহ ৰেজিস্টাৰ কৰিবলে এটা কাৰনেল আৰু ব্যৱহাৰকাৰী অৱস্থা প্ৰদান কৰে। অধিক তথ্যৰ বাবে, /usr/share/doc/kernel-doc-<VERSION>/Documentation/power/pm_qos_interface.txt চাওক।
configure-pe RTAS কলconfigure-pe RTAS (চলনসময় নিষ্কাশন সেৱা) কলৰ বাবে সমৰ্থন যোগ কৰা হৈছে।
/proc/sysvipc/shm নথিপত্ৰ (যি ব্যৱহৃত অংশীদাৰী মেমৰিৰ এটা তালিকা প্ৰদান কৰে) এতিয়া RSS (মেমৰিত অৱস্থিত প্ৰক্ৰিয়াৰ অৱস্থিত সংহতি আকাৰ—) আৰু শ্বাপ আকাৰ তথ্য অন্তৰ্ভুক্ত কৰে।
CONFIG_SERIAL_8250_NR_UARTS প্ৰাচলে কাৰনেল দ্বাৰা সমৰ্থন কৰা ক্ৰমিক আন্তঃপৃষ্ঠসমূহৰ সৰ্বাধিক সংখ্যাৰ বিৱৰণ দিয়ে। Red Hat Enterprise Linux 5.8 ত, CONFIG_SERIAL_8250_NR_UARTS প্ৰাচলৰ মান 64 লে বৃদ্ধি কৰা হৈছে সেই চিস্টেমসমূহৰ বাবে যাৰ ৩২ ৰ অধিক (আৰু ৬৪ লৈকে) কনচৌল সংযোগসমূহ আছে।
/etc/kdump.conf ত blacklist বিকল্পblacklist বিকল্প এতিয়া Kdump সংৰূপৰ বাবে উপলব্ধ। এই বিকল্পয় মডিউলসমূহক initramfs ত ল'ড হোৱাৰ পৰা প্ৰতিৰোধ কৰে। অধিক তথ্যৰ বাবে, kdump.conf(5) হাতপুথি চাওক।
initrd ত fnic and iscsi সমৰ্থনfnic আৰু iscsi ড্ৰাইভাৰসমূহৰ বাবে সমৰ্থন Kdump ৰ আৰম্ভণি RAM ডিস্ক (initrd) লে যোগ কৰা হৈছে।
/etc/kdump.conf নথিপত্ৰত ধাৰ্য্যত থাকিব লাগিব।
ipr ক SAS VRAID কাৰ্য্যসমূহ সামৰ্থবান কৰিবলে আৰু নতুন এডাপ্টাৰসমূহৰ বাবে বিৱৰণসমূহ যোগ কৰিবলে উন্নত কৰা হৈছে।
megaraid ড্ৰাইভাৰক সংস্কৰণ 5.40 লে উন্নত কৰা হৈছে, যি স্খলিত RAID 1 ৰ সৈতে কাম কৰিবলে FastPath I/O ৰ বাবে সমাধান প্ৰদান কৰে।
qla2xxx 4G আৰু 8G ড্ৰাইভাৰ ফাৰ্মৱেৰক সংস্কৰণ 5.06.01 লে উন্নত কৰা হৈছিল।
qla2xxx ড্ৰাইভাৰ সংস্কৰণ 8.03.07.09.05.08-k লে উন্নত কৰা হৈছে, যি যেতিয়া ব্যৰ্থতাৰ সন্মুখিন হোৱা হয় এটা ডাম্প (এটা মিনিডাম্প) গ্ৰহণ কৰিবলে ISP82xx ৰ বাবে সমৰ্থন প্ৰদান কৰে।
qla4xxx ড্ৰাইভাৰক সংস্কৰণ 5.02.04.00.05.08-d0 লে উন্নত কৰা হৈছে।
lpfc ড্ৰাইবাৰক সংস্কৰণ 8.2.0.108.1p লে উন্নত কৰা হৈছে।
cciss ক শেহতীয়া সংস্কৰণলে উন্নত কৰা হৈছে, যি CCISS সহজ অৱস্থাৰ বাবে সমৰ্থন দিবলে এটা কমান্ড শাৰী চুইচ যোগ কৰে।
be2iscsi ড্ৰাইভাৰক উন্নত কৰা হৈছে pci_disable ডিভাইচ বিকল্প আৰু এটা বন্ধ কৰাৰ কাৰ্য্যক্ৰম সমৰ্থন কৰিবলে।
bnx2i ড্ৰাইভাৰ সংস্কৰণ 2.7.0.3 লে উন্নত কৰা হৈছে।
bfa ফাৰ্মৱেৰ সংস্কৰণ 3.0.2.2 লে উন্নত কৰা হৈছিল।
bfa ড্ৰাইভাৰক নিম্নলিখিত সম্প্ৰসাৰণসমূহ অন্তৰ্ভুক্ত কৰিবলে উন্নত কৰা হৈছিল:
mpt2sas ড্ৰাইভাৰক সংস্কৰণ 09.100.00.00 লে উন্নত কৰা হৈছিল, যি গ্ৰাহক বিশেষ ব্ৰেণ্ডিংৰ বাবে সমৰ্থন যোগ কৰে।
mptsas ড্ৰাইভাৰক সংস্কৰণ 3.04.20rh লে উন্নত কৰা হৈছিল।
isci ড্ৰাইভাৰক অস্থা মেচিন আন্তঃপৃষ্ঠলে ধৰণ সুৰক্ষা যোগ কৰিবলে আৰু Intel ৰ পৰৱৰ্তী চিপচেটৰ বাবে সমৰ্থন যোগ কৰিবলে উন্নত কৰা হৈছে।
uIP ড্ৰাইভাৰক উন্নত iscsi-initiator-utils পেকেইজৰ অংশ হিচাপে সংস্কৰণ 0.7.0.12 লে উন্নত কৰা হৈছে।
megaraid_sas ড্ৰাইভাৰক সংস্কৰণ 5.40-rh1 লে উন্নত কৰা হৈছে।
bnx2x ড্ৰাইভাৰ ফাৰ্মৱেৰক সংস্কৰণ 7.0.23 লে উন্নত কৰা হৈছে, যি নতুন Broadcom 578xx চিপসমূহৰ বাবে সমৰ্থন যোগ কৰে।
bnx2x ড্ৰাইভাৰক সংস্কৰণ 1.70.x লে উন্নত কৰা হৈছে।
bnx2i ড্ৰাইভাৰক সংস্কৰণ 2.7.0.3+ লে উন্নত কৰা হৈছে।
bnx2 ড্ৰাইভাৰক সংস্কৰণ 2.1.11 লে উন্নত কৰা হৈছে।
cnic ড্ৰাইভাৰক সংস্কৰণ 2.5.3+ লে উন্নত কৰা হৈছে।
cxgb3 ড্ৰাইভাৰক শেহতীয়া আপস্ট্ৰিম সংস্কৰণলে উন্নত কৰা হৈছে।
cxgb4 ড্ৰাইভাৰক শেহতীয়া আপস্ট্ৰিম সংস্কৰণলে উন্নত কৰা হৈছে।
iw_cxgb4 ড্ৰাইভাৰক শেহতীয়া আপস্ট্ৰিম সংস্কৰণলে উন্নত কৰা হৈছে।
netxen_nic ড্ৰাইভাৰক সংস্কৰণ 4.0.77 লে উন্নত কৰা হৈছে, যি VLAN RX HW ত্বৰণৰ বাবে সমৰ্থন যোগ কৰে।
tg3 ড্ৰাইভাৰক সংস্কৰণ 3.119 লে উন্নত কৰা হৈছে।
ixgbe ড্ৰাইভাৰক আপস্ট্ৰিম সংস্কৰণ 3.4.8-k লে উন্নত কৰা হৈছে।
ixgbevf ড্ৰাইভাৰক আপস্ট্ৰিম সংস্কৰণ 2.1.0-k লে উন্নত কৰা হৈছে।
igbvf ড্ৰাইভাৰক শেহতীয়া আপস্ট্ৰিম সংস্কৰণলে উন্নত কৰা হৈছে।
igb ড্ৰাইভাৰক শেহতীয়া আপস্ট্ৰিম সংস্কৰণলে উন্নত কৰা হৈছে, যি এনট্ৰপি সমৰ্থন যোগ কৰে। \n
e1000e ড্ৰাইভাৰ সংস্কৰণ 1.4.4 লে উন্নত কৰা হৈছে। \n
e1000 ড্ৰাইভাৰক শেহতীয়া আপস্ট্ৰিম সংস্কৰণলে উন্নত কৰা হৈছে।
bna ড্ৰাইভাৰক সংস্কৰণ 3.0.2.2 লে উন্নত কৰা হৈছে, যি Brocade 1860 AnyIO ফেব্ৰিক এডাপ্টাৰৰ বাবে সমৰ্থন যোগ কৰে।
qlge ড্ৰাইভাৰক সংস্কৰণ 1.00.00.29 লে উন্নত কৰা হৈছে।
qlcnic ড্ৰাইভাৰক সংস্কৰণ 5.0.18 লে উন্নত কৰা হৈছে।
be2net ড্ৰাইভাৰক শেহতীয়া আপস্ট্ৰিম সংস্কৰণলে উন্নত কৰা হৈছে।
enic ড্ৰাইভাৰক সংস্কৰণ 2.1.1.24 লে উন্নত কৰা হৈছে।
nbd ড্ৰাইভাৰক I/O কাৰ্য্যসমূহৰ বাবে এটা ব্যৱহাৰকাৰী-সংহতি কৰিব পৰা সময়অন্ত (NBD_SET_TIMEOUT) যোগ কৰিবলে উন্নত কৰা হৈছে।
i810 গ্ৰাফীয় ড্ৰাইভাৰ (xorg-x11-drv-i810 দ্বাৰা প্ৰদান কৰা) ক Ironlake অনুকলিত গ্ৰাফিক্সৰ সৈতে Westmere চিপচেটসমূহৰ বাবে বিভিন্ন বাগসমূহ ঠিক কৰিবলে উন্নত কৰা হৈছে।
mga ভিডিঅো কাৰ্ড ড্ৰাইভাৰক ServerEngines Pilot 3 (Kronos 3) চিপসমূহৰ বাবে সম্পূৰ্ণ বিভেদন সমৰ্থন প্ৰদান কৰিবলে উন্নত কৰা হৈছে।
--nosync বিকল্প--nosync বিকল্প অন্তৰ্ভুক্ত কৰে। যেতিয়া --nosync বিকল্প ধাৰ্য্য কৰা হয়, এটা থুপ খোৱা মিৰৰ্ড যৌক্তিক আয়তনে আয়তনক প্ৰসাৰণৰ পিছত সংমিহলি হব নিদিয়ে, বিভৱীয়ভাৱে ৰিক্ত তথ্যৰ সম্পদ বিশেষ সংমিহলি বাদ দিয়াকৈ।
-r/--resizefs বিকল্পৰ সৈতে lvextend কমান্ড প্ৰেৰণ কৰাৰ পিছত, ext4 নথিপত্ৰ প্ৰণালীয়ে স্বচালিতভাৱে নিজক পুনৰআকাৰ দিয়ে। resize2fs -ৰ সৈতে এটা হস্তচালিত পুনৰআকাৰ পৰিৱেশন কৰা আৰু প্ৰয়োজনীয় নহয়।
/etc/lvm/lvm.conf -ত multipath_component_detection বিকল্প ব্যৱহাৰ কৰি বন্ধ কৰিব পাৰি।
/etc/sssd/sssd.conf নথিপত্ৰত নিম্নলিখিত নতুন সংৰূপসমূহ সমৰ্থন কৰে:
override_homedir
allowed_shells
vetoed_shells
shell_fallback
override_gid
/etc/pki/tls/certs/ca-bundle.crt নথিপত্ৰ (যি ভৰষাবান ৰুট CA প্ৰমাণপত্ৰসমূহ অন্তৰ্ভুক্ত কৰে)।
httpd ৰ বাবে connectiontimeout প্ৰাচলhttpd সেৱায় এটা নতুন connectiontimout প্ৰাচল অন্তৰ্ভুক্ত কৰে যি বেকএণ্ড সম্পূৰ্ণ হবলে এটা সংযোগ সৃষ্টিৰ বাবে সেৱা দ্বাৰা অপেক্ষা কৰিব লগিয়া সময় ধাৰ্য্য কৰে। এই প্ৰাচল ধাৰ্য্য কৰি, যেতিয়া Apache দ্বাৰা ল'ড নিয়ন্ত্ৰণ ব্যৱহাৰ কৰা হৈ আছে তেতিয়া ক্লাএন্টলে প্ৰেৰণ কৰা সময়অন্ত ত্ৰুটিসমূহ নাটকীয়ৰূপে ত্ৰাস হয়।
পুনঃল'ড বিকল্পiptables সেৱাসমূহে এতিয়া এটা পুনঃল'ড বিকল্প অন্তৰ্ভুক্ত কৰে যি মডিউলসমূহ আনল'ড/পুনঃল'ড নকৰাকে আৰু কোনো ইতিমধ্যে-স্থাপিত সংযোগ নেপেলোৱাকে iptables নিয়মসমূহ সতেজ কৰে।
httpd সেৱা পুনৰাম্ভhttpd সেৱাক স্বচালিতভাৱে পুনৰাম্ভ কৰা হয়।
ssl_request_cert বিকল্পssl_request_cert বিকল্প অন্তৰ্ভুক্ত কৰে যি ক্লাএন্ট প্ৰমাণপত্ৰ নীৰিক্ষণসমূহক অসামৰ্থবান কৰাৰ অনুমতি দিয়ে। যদি সামৰ্থিত, vsftpd এ আহি থকা SSL সংযোগসমূহত এটা প্ৰমাণপত্ৰ অনুৰোধ কৰে (বাধ্যমূলকভাৱে প্ৰোজনীয় নহয়)। এই বিকল্পৰ অবিক্লপিত সংহতি (/etc/vsftpd/vsftpd.conf নথিপত্ৰত) হল Yes।
| পুনৰীক্ষণৰ ইতিহাস | |||
|---|---|---|---|
| পুনৰীক্ষণ 1-0 | Thu Feb 16 2011 | ||
| |||